ৰসাকৰ্ষণৰসাগাৰ

ৰসাকৰ্ষীয় চাপ (Assamese) [ Roman: ro.xa.kor.xi.yo sap]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-06
1. Chemistry(Abstract Noun) Pressure that is responsible for osmosis process. যি চাপে ৰসাকৰ্ষণ প্ৰক্ৰিয়া ঘটায়৷ প্ৰায় সৰন্ধ্ৰ পৰ্দা এখনৰ মাজেৰে পদাৰ্থৰ বাচনিক সঞ্চাৰণ হোৱা প্ৰক্ৰিয়াকে ৰসাকৰ্ষণ বোলা হয়৷